ঔদাৰ্য্যঔদ্বাহিক

ঔদ্ধত্য (Assamese) [ Roman: ou.dhotyo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-03-11
1. (Abstract Noun) Aggressively assertive or overbearingly confident. মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-08-08
2. (Abstract Noun) The trait of being rude and impertinent; inclined to take liberties; an offensive disrespectful impudent act. নিজৰ শক্তিৰ বিষয়ে বিৱেচনা নকৰি আৰু লাজলৈ ভয় নকৰি কামলৈ আগ বাঢ়ি ফুৰা গুণ|