কঁহীয়াকঁহুৱাখিনিক

কঁহুৱা (Assamese) [ Roman: ko~.hu.wa]
Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-07-24
1. Plants(Proper Noun-Neuter) Kans grass is a grass native to South Asia. A lowland ecoregion at the base of the Himalaya range in Nepal, India, and Bhutan, This grass almost pure stands on the lowest portions of the floodplain. Kans grasslands are an important habitat for the Indian Rhinoceros. In Nepal, Kans grass is harvested to thatch roofs. It is a perennial grass, growing up to three meters in height. অসমত কঁহুৱা নামেৰে জনাজাত এই বনবিধ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ উপৰিও দক্ষিণ আফ্ৰিকা আৰু হিমালয়ৰ কাষৰীয়া ঠাই নেপাল, ভূটান আদিৰ অৰণ্যত পোৱা যায়৷ এই বনবিধ সাধাৰণতে নদী কাষৰীয়া অঞ্চলত প্ৰচুৰ পৰিমাণে গজি উঠা দেখা যায়৷ এই বনবিধ ভাৰতৰ গঁড়ৰ প্ৰধান খাদ্য৷ নেপালত এইবিধ বন ঘৰৰ চাল চোৱা কামত প্ৰায়ে ব্যৱহাৰ কৰা দেখা যায়৷ এই বনবিধ দক্ষিণ এছিয়াৰ অৰণ্যত প্ৰচুৰ পৰিমাণে পোৱা যায়৷ এই বনবিধৰ জীৱনকাল দুবছৰ৷ এই বনবিধৰ বৈজ্ঞানিক নাম হ’ল ছ্যাচাৰাম স্পণ্টেনিয়াম৷ ইহঁতৰ উচ্চতা তিনি মিটাৰলৈকে হয়৷ এই বনবিধৰ গণ হ’ল- ছ্যাচাৰাম আৰু প্ৰজাতি হ’ল- স্পণ্টেনিয়াম৷