কটকিনালিকটগদ্

কটকী (Assamese) [ Roman: ko.to.ki]
plc: -বিলাক, -সকল, dfc: -গৰাকী, -জন, -টো
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-11-29
1. (Common Noun-Common &/or Masculine) A person of menial position assigned works like carrying messages or provide other services to a higher official. ৰজাঘৰীয়া অথবা আজিকালি কাৰ্য্যালয়ত আৰু ডাকঘৰত চিঠিপত্ৰ আদি বিতৰণ কৰা কৰ্মচাৰী।