কমলেশ্বৰকমার্শিয়াল

কমা (Assamese) [ Roman: ko.ma]
Contributed by: Bikram M Baruah on 2006-12-18
1. (Verb-Trans.) to ease of a burden or distress, such as pain, anxiety, or oppression. বিষ, মানসিক চাপ বা নিৰ্য্যাতনৰ দৰে বোজা বা দুৰ্য্যোগ পাতল বা হ্ৰাস কৰ্

Contributed by: Bikram M Baruah on 2006-12-18
2. (Verb-Trans.) to obtain money by means of one's livelihood নিজৰ জীৱিকাৰ জৰিয়তে ধন গোটা

Contributed by: Biraj Kumar Kakati on 2006-12-18
3. (Proper Noun) A punctuation mark (,) used to indicate the separation of elements within the grammatical structure of a sentence. পঢ়োতে য’ত এটি হ্ৰস্ব স্বৰ উচ্চাৰিবৰ সমান কাল ৰব লাগে, তাতে এই চিন দিয়া যায়|
English: comma,
Assamese: কমা, লঘু যতি,
Mising: patéd,
Dimasa: koma,
Deori: ককি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-10-01
Ref: চন্দ্ৰকান্ত অভিধান
4. (Verb-Intran.) to swim on the surface of the water (as of fish) গা দেখা দি পানীৰ ওপৰত সাঁতুৰি ফুৰ্ (মাছৰ ক্ষেত্ৰত)