কলধ্বনিকলন গণিত

কলন (Assamese) [ Roman: ko.lon]
Contributed by: Bikram M Baruah on 2007-01-31
1. Physics(Abstract Noun) The variation of a property of an electromagnetic wave or signal, such as its amplitude, frequency, or phase. The process is used send low frequency data mixed with a high frequency carrier wave. নিম্ন কম্পনাংকৰ অনাতাঁৰ বাৰ্তা উচ্চ কম্পনাংকৰ বাহক তৰংগৰ সৈতে সংমিশ্ৰিত কৰি পঠওৱা প্ৰক্ৰিয়া৷
English: modulation,
Assamese: কলন

Sub Idea:

a. Abstract Noun: fm, frequency modulation, কম্পনাংক কলন...

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
2. (Abstract Noun) The act of computing or calculating. কোনো বস্তুৰ সংখ্যা কিমান নিৰ্ধাৰণ কৰা কাৰ্য্য৷