কলামোদীকলার ছড়া

কলাযাত্ৰা (Assamese) [ Roman: ko.ta.ja.tra]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-07-29
1. Art and Culture(Abstract Noun) A cultural troup with skits dance-drama visiting place to place for a cause. গান বাজনাৰ দল৷ বিশেষ উদ্দেশে গঢ়ি তোলা এনে একোটা দলে ঠায়ে ঠায়ে প্ৰদৰ্শণ কৰি আগ বাঢ়ে৷