কষ্টকল্পিতকষ্টখন

কষ্টকৰ (Assamese) [ Roman: kos.to.kor]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2008-02-03
1. (Proper Adj.-Common) demanding considerable effort or skill যিটো কৰিবলৈ যথেষ্ট চেষ্টা আৰু দক্ষতাৰ প্ৰয়োজন

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2011-03-15
2. (Proper Adj.-Neuter) which causes pain or hardship. যিটোৰপৰা কষ্ট অথবা দুখ পোৱা যায় ।