কাঁচমণিকাঁচলী

কাঁচলি (Assamese) [ Roman: ka~.so.li]
Contributed by: Bikram M Baruah on 2008-08-13
1. (Material Noun-Neuter) a long narrow cloth wrapped over the breast of Assamese woman অসমীয়া তিৰোতাই বুকুৰ ওপৰেদি মেৰাই চাদৰৰ তলত লোৱা ঠেক দীঘল কাপোৰ

Contributed by: Prabin Kakati (প্ৰবিন কাকতি) on 2008-08-13
Ref: হেমকোষ - ১২শ সংস্কৰণ (২০০৬ চন)
2. (Proper Noun) a place where early sunrays fall. পুৱাৰ ৰ’দ পৰা ঠাই৷

Contributed by: Bikram M Baruah on 2008-08-13
3. (Abstract Noun) beams of soft sunlight of the morning hours কোমল ৰদৰ চেৰেঙা