কাচিহাড়কাচিৎহে
কাচিৎ (Assamese) [ Roman: ka.sit]
Contributed by: Biraj Kumar Kakati on 2008-02-20
English: occasionally, seldomly,
Assamese: অকস্মাৎ, আঠে-পথে, আথে-পষে, এৰা ধৰাকৈ, কাচিৎ, কেতিয়াবা, কেতিয়াবা-কেতিয়াবা, ছেগা-চোৰোকাকৈ, দৈৱাৎ, বিহুৱে সংক্ৰান্তিয়ে, মজামজিকৈ, মাজে-মাজে, মাজেমধ্যে, মাজেসময়ে, সময়ে সময়ে,
Mising: lekonem,
Dimasa: bakaliba bakaliba
কাচিৎ (Assamese) [ Roman: ka.sit]
Contributed by: Biraj Kumar Kakati on 2008-02-20
1. (Adverb-Neuter) Now and then or here and there. হঠাৎ হৈ যোৱা; তালিকা বহিৰ্ভূতভাৱে কোনো কাম হৈ যোৱা |