কাজলগাঁওকাজলিমুখ

কাজলিচকী (Assamese) [ Roman: ka.jo.li.so.ki]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-04
1. Place(Proper Noun-Neuter) A very famous military outpost of Ahom kingdom 30km from Guwahati city আহোমসকলৰ এটা অতি গুৰুত্বপূৰ্ণ সামৰিক চকি বা ঘাটি৷ গুৱাহাটীৰ পৰা ৩০ কিলো মিটাৰ পূবত৷