কাঞ্চনপ্ৰভকাঞ্চনময়
কাঞ্চনমতী (Assamese) [ Roman: kan.son.mo.ti]
Contributed by: Mousumi Konwar on 2023-01-27
English: golden,
Assamese: কনকপ্ৰভ, কনকময়, কাঞ্চনপ্ৰভ, কাঞ্চনমতী, কাঞ্চনময়, কাঞ্চনাভ, সুৱৰ্ণময়, সোণবৰনীয়া, সোণালী, সোণোৱালী, সৌৱৰ্ণ, স্বৰ্ণপ্ৰভ, স্বৰ্ণবৰ্ণ, স্বৰ্ণময়, স্বৰ্ণাভ, হিৰণ, হিৰণ্ময়, হেমকান্তি, হেমাঙ্গ, হেমাভ, হৈম,
Bodo: सनानि बानायनाय, सनालि,
Karbi: phu-et,
Hindi: सुनहरा
Contributed by: Atul Ch. Kakoti on 2009-07-02
English: Acanthopteri, Perch, Perciformes, Percomorphi,
Assamese: কাঞ্চনমতী, খালৈ-ভাঙ্গী, গেদগেদী, গেদেঙী, ঘুমেখাইতী, থেথা-গেলী, নিনপাৰী, পাটীমূতুৰা, ভেদভেদী, ৰান্ধনি মাছ,
Garo: ma.baka,
Hindi: अडडा
কাঞ্চনমতী (Assamese) [ Roman: kan.son.mo.ti]
Contributed by: Mousumi Konwar on 2023-01-27
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. (Proper Adj.) Having the deep slightly brownish colour of gold. সোণৰ দৰে উজ্বল মুগা-হালধীয়া বৰণীয়া৷Assamese: কনকপ্ৰভ, কনকময়, কাঞ্চনপ্ৰভ, কাঞ্চনমতী, কাঞ্চনময়, কাঞ্চনাভ, সুৱৰ্ণময়, সোণবৰনীয়া, সোণালী, সোণোৱালী, সৌৱৰ্ণ, স্বৰ্ণপ্ৰভ, স্বৰ্ণবৰ্ণ, স্বৰ্ণময়, স্বৰ্ণাভ, হিৰণ, হিৰণ্ময়, হেমকান্তি, হেমাঙ্গ, হেমাভ, হৈম,
Bodo: सनानि बानायनाय, सनालि,
Karbi: phu-et,
Hindi: सुनहरा
Different POS:
a. Material Noun-Neuter: gold, অকুপ্য, অগ্নিবীজ, অগ্নিবীৰ্য, অগ্নিভ...Contributed by: Atul Ch. Kakoti on 2009-07-02
2. Fish(Common Noun-Neuter) A big mouth fish like a Climbing fish . এবিধ বহল মুখৰ কাৱৈ জাতীয় মাছ ৷
Assamese: কাঞ্চনমতী, খালৈ-ভাঙ্গী, গেদগেদী, গেদেঙী, ঘুমেখাইতী, থেথা-গেলী, নিনপাৰী, পাটীমূতুৰা, ভেদভেদী, ৰান্ধনি মাছ,
Garo: ma.baka,
Hindi: अडडा