কালিনীকালিপুৰ

কালিন্দী (Assamese) [ Roman: ka.lin.di]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-11-21
1. (Proper Adj.) causing or being a subject for grief or regret দুখ-কষ্টৰ সন্মুখীন হোৱা অৱস্থা; মনত দুখ দিব পৰা

Contributed by: Himjyoti Talukdar on 2009-04-03
2. River(Proper Noun-Feminine) name of a river; In Hindu Mythology, Yamuna is the sister of Yama, God of Death and daughter of the Sun God. A large tributary of Ganges. On the other hand Brahmaputra inside Bangadesh takes it name Yamuna. এখন নদীৰ নাম; হিন্দু শাস্ত্র মতে যমুনা হ’ল মৃত্যুলোকৰ দেৱতা যমৰ ভগ্নী আৰু সুৰ্য্যদেৱৰ জীয়ৰী। গংগাৰ এখন ডাঙৰ উপনৈ। আনহাতে বহ্মপুত্ৰইও বাংলাদেশত যমুনা নাম লৈছে।