কাহাৰকাহিনী

কাহাৰবা (Assamese) [ Roman: ka.har.ba]
Contributed by: Partha P Sarmah on 2011-08-14
1. Music(Proper Noun-Neuter) a taal of eight beats, used in semi-classical, light Indian music ভাৰতীয় লঘু সংগীতত ব্যৱহাৰ হোৱা আঠ মাত্ৰাৰ তাল৷ ইয়াৰ ঠেকাৰ বোলঃ ধা গে না তি না ক ধি না
English: Kaharba,
Assamese: কাহাৰবা