কায়েমকাৰ কাৰণে

কাৰ (Assamese) [ Roman: kar]
Contributed by: Partha P Sarmah on 2008-03-04
1. (Pronoun) used in questions to ask who somebody/something belongs to? Also used to say which person/thing you are referring to. কোনো মানুহ বা বস্তু অইন কোন মানুহ বা বস্তুৰে সম্পৰ্কিত , তাক সুধিবলৈ বা কবলৈ/বুজাবলৈ ব্যৱহাৰ কৰা হয়৷ যেনেঃ কিহৰ লাৰু?,/ভোজ?

কাৰ (Deori) [ Roman: kar]
Contributed by: Himasri Das on 2022-11-22
2. Chemistry(Material Noun-Neuter) any of various bases, the hydroxides of the alkali metals and of ammonium, that neutralize acids to form salts and turn red litmus paper blue খাৰুৱা ধাতু আৰু এম’নিয়ামৰ হাইদ্ৰক্সাইড, যি এছিড বা অম্লক প্ৰশমিত কৰি লৱণ সৃষ্টি কৰে আৰু ৰঙা লিটমাছ কাগজক নীলা কৰে
English: alkali, base,
Assamese: ক্ষাৰ, খাৰ,
Bodo: खारदै, खारै, सडाबादि,
Meeteilon: khari,
Dimasa: khar,
Tai: নাম্ টাৱ,
Hindi: सज्जीखार,
Deori: কাৰ

Antonyms:

a. Material Noun-Neuter: acid, অম্ল, দ্ৰাবক, ka asid, meseng...