কিচকিচীয়াকিচিম

কিচমিচ (Assamese) [ Roman: kis.mis]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-09-05
1. Cuisine-Food(Material Noun-Neuter) A grape of any of various sweet varieties dried in the sun or by artificial means, often used in cookery. খাদ্য পৰিবেশন কৰিবলৈ ব্যৱহাৰ কৰা শুকান আঙুৰ; সাধাৰণতে পায়স, ক্ষীৰ, ৰসমালাই আদি বনাবলৈ ব্যৱহাৰ কৰা হয় ।