কুঞ্জৰকুট
কুঞ্জৰবদন (Assamese) [ Roman: kun.jor.bo.don]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
English: ganesh, ganesha,
Assamese: অম্বিকেয়, একদংষ্ট্ৰ, একদন্ত, কুঞ্জৰবদন, গজানন, গণদেৱতা, গণনাথ, গণনায়ক, গণপতি, গণাধিপ, গণেশ, দ্বিদেহ, পাৰ্বতীনন্দন, বিঘ্ননাশক, বিঘ্ননাশন, বিঘ্ননায়ক, বিঘ্নবিনায়ক, বিঘ্নহাৰী, বিঘ্নহৰ, বিঘ্নেশ, বিঘ্নেশ্বৰ, বিঘ্নৰজা, বিঘ্নৰাজ, বিনায়ক, লম্বোদৰ, সিদ্ধিদাতা, হেৰম্ব, হেৰেম্ব,
Dimasa: Gonesh,
Bangla: গণেশ
কুঞ্জৰবদন (Assamese) [ Roman: kun.jor.bo.don]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-25
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. Hinduism(Proper Noun-Masculine) Son of Lord Shiva and Parvati, Ganesh/Ganesha is one of the most worshipped Hindu deities. Revered as the god of wisdom and intellect and remover of obstacles.His elephant head makes it easier for him to be distinguished. হিন্দু বিশ্বাস অনুসৰি জ্ঞান, প্ৰজ্ঞা আৰু মেধাৰ দেৱতা৷ তেখেতক সকলো ধৰনৰ বিঘিনি নাশক বুলিও শ্ৰদ্ধা আৰু পূজা কৰা হয়৷ তেওঁ শিৱ আৰু পাৰ্বতীৰ সন্তান৷ তেখেত হাতীমূৰীয়া৷Assamese: অম্বিকেয়, একদংষ্ট্ৰ, একদন্ত, কুঞ্জৰবদন, গজানন, গণদেৱতা, গণনাথ, গণনায়ক, গণপতি, গণাধিপ, গণেশ, দ্বিদেহ, পাৰ্বতীনন্দন, বিঘ্ননাশক, বিঘ্ননাশন, বিঘ্ননায়ক, বিঘ্নবিনায়ক, বিঘ্নহাৰী, বিঘ্নহৰ, বিঘ্নেশ, বিঘ্নেশ্বৰ, বিঘ্নৰজা, বিঘ্নৰাজ, বিনায়ক, লম্বোদৰ, সিদ্ধিদাতা, হেৰম্ব, হেৰেম্ব,
Dimasa: Gonesh,
Bangla: গণেশ