কুমায়ুনকুমাৰ ভাস্কৰ বৰ্মা

কুমাৰ (Assamese) [ Roman: ku.mar]
fm: কুমাৰী
Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2006-08-24
1. (Common Noun-Common &/or Masculine) A craftsman who shapes pottery on a potter's wheel and bakes them it a kiln. মাটিৰ বাচন-বৰ্তন আদি বনাই জীৱিকা আহৰণ কৰা শিল্পী|

Contributed by: SANJIB SARMA on 2006-08-24
2. (Proper Adj.-Common &/or Masculine) a person who is not married যাৰ বিয়া হোৱা নাই বা যি বিবাহ পাশত আৱদ্ধ হোৱা নাই।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-12-25
3. Hinduism(Proper Noun-Masculine) Elder son of the lord Siva. A beautiful God among all the gods. শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷