কুসুমিতকুস্তি

কুস্তভ (Assamese) [ Roman: kus.tobh]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-26
1. (Material Noun-Neuter) a salt water body that cover the greater part of the earth's surface. পৃথিৱী-পৃষ্ঠৰ সৰহভাগ ঠাই অধিকাৰ কৰি থকা লোণযুক্ত পানী থকা বিশাল জলৰাশি।
English: sea,
Assamese: অকূল, অতল, অব্ধি, অম্বুধি, অম্বুনিধি, অম্বুপ, অম্বুপতি, অম্বুভৃৎ, অম্বুমান, অম্বুৰাশি, অম্বোদ, অম্ভোধি, অৰ্ণৱ, ইন্দুজনক, ইৰাৱত, ইৰাৱান, উদধি, উৰ্মিমালী, কুস্তভ, ক্ষীৰোদ, ক্ষীৰোদধি, ক্ষৌণীপ্ৰাচীৰ, জলধি, জলধৰ, জলাৰণ্য, জলেন্দ্ৰ, জলেশ, জলেশ্বৰ, জয়াধিপ, তিমিকোষ, তোয়ধি, তোয়নিধি, তৱিৰ্ষ, দভ্ৰ, দ্বীপী, ধৰণীপ্লৱ, নদীকান্ত, নীলাম্বু, নীলাম্বুধি, নীৰধি, নীৰনিধি, পুৰণ, প্ৰচেতা, পয়োধি, পয়োনিধি, বাৰিধৰ, বাৰীন্দ্ৰ, বাৰীশ, মকৰাকৰ, মকৰাময়, মহাকচ্ছ, যাদঃপত, যাদসাম্পতি, সমুদ্ৰ, সাগৰ, সিন্ধু, সৰিৎপতি, সৰ্পি, হিৰণ্যদ, ৰত্নগৰ্ভ, ৰত্নগৰ্ভা, ৰত্নাকৰ,
Bodo: लैथो,
Mising: ga:né,
Khasi: duriaw,
Meeteilon: epaak, samudra,
Bishnupriya Manipuri: সাগর,
Karbi: talo,
Kok-Borok: twibom,
Hmar: tuipui,
Nagamese: dangor-pani, hagor, homudro, sagor,
Dimasa: dimang,
Tai: টা লে,
Bangla: সমুদ্র, সমুদ্ৰ, সাগর,
Rabha: চিজিম্‌ৰি, ছিমান্‌দি

Different POS:

a. Proper Adj.: marine, maritime, nautical, সমুদ্ৰজ, সমুদ্ৰজাত...

Higher Magnitude:

b. Abstract Noun: ocean, কুপাৰ, কূপাৰ, পাৰাবাৰ, বাৰিধি...

Sub Idea:

c. Common Noun-Neuter: bay, gulf, উপসাগৰ, लैथोसा, ka kdong...

Contributed by: Mousumi Konwar on 2023-01-30
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. Hinduism(Proper Noun-Masculine) One of the principal Hindu deities হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
English: Vishnu,
Assamese: অচ্যুত, অজিতেশ, অনন্ত-শয়ন, অমিতাশন, অমৃতশেয়, অৰবিন্দ-লোচন, আদিবৰাহ, ইন্দ্ৰকৰ্মা, ঈপতি, উৰুক্ৰম, উৰুগায়, কঞ্জনাভ, কমললোচন, কমলাকান্ত, কমলাপতি, কামেশ্বৰ, কুন্দ, কুন্দৰ, কুমোদক, কুস্তভ, কূৰ্মৰাজ, কৌস্তভবক্ষ, খগাসন, খগেন্দ্ৰধ্বজ, গোলোকপতি, গোলোকেশ্বৰ, গড়ুৰকেতু, গৰুড় বাহন, গৰুড়-ধ্বজ, চক্ৰধাৰী, চক্ৰধৰ, চক্ৰপাণি, চক্ৰায়ুধ, চক্ৰেশ্বৰ, চতুষ্কৰ, চতুৰ্বাহু, চতুৰ্ভুজ, জয়পাল, ত্ৰৈলোকনাথ, ত্ৰৈলোক্যেশ্বৰ, দনুজদমন, দনুজাৰি, দানৱাৰি, দাৰুণ, দীন-দয়াল, দৈতাৰি, দৈত্যনিসূদন, দৈত্যাৰি, ধৰণীশ্বৰ, ধৰ্মনাভ, নাৰায়ণ, পদ্মধৰ, পদ্মনাভ, পদ্মপাণি, পদ্মলোচন, পদ্মেশ, পাষণ্ডমৰ্দ্দন, পাৰায়ণ, পুণ্ডৰীকাক্ষ, পুৰুষোত্তম, বলিন্দম, বলিসূদন, বিশ্বম্ভৰ, বিষ্ণু, বৈকুণ্ঠনাথ, বৈকুণ্ঠপতি, ভুৱনমোহন, মধুদ্বিষ, মধুসূদন, মধুৰিপু, মন্দৰধাৰী, মাধৱ, মুৰনাশী, মুৰমথন, লক্ষীকান্ত, লক্ষ্মীকান্ত, লক্ষ্মীনাথ, লক্ষ্মীনাৰায়ণ, লক্ষ্মীন্দ্ৰ, লক্ষ্মীপতি, লক্ষ্মীশ্বৰ, লোকনাথ, শংখধৰ, শংখপাণি, শাৰংগধৰ, শাৰংগপাণি, শাৰঙ্গপাণি, শিপিৱিষ্ট, শ্ৰীকান্ত, শ্ৰীধৰ, শ্ৰীনাথ, শ্ৰীনিবাস, শ্ৰীপতি, সত্যনাৰায়ণ, হৰি, ৰবিলোচন, ৰমাকান্ত, ৰমাপতি, ৰমেশ,
Bodo: बिष्णु,
Bangla: বিষ্ণু

Related Idea:

a. Proper Noun-Masculine: garuda, অৰ্ক্ষ্য, কশ্যপনন্দন, কামায়ু, কাশ্যপেয়...