কুয়াকুৰংগ

কুৰ (Assamese) [ Roman: kur]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-23
1. (Material Noun-Neuter) the broad curved blade of a plough which slices the furrow. নাঙলৰ তলফালে থকা বহল, বক্ৰ আৰু আগজোঙা ধৰাল লোহাৰ ফলক| ইয়াৰ সহায়ত মাটি চহোৱা হয়|

কুৰ (Rabha) [ Roman: kur]
Contributed by: Pranati Rabha on 2021-10-31
2. Vegetables(Common Noun) The seed of the betel palm, chewed with betel leaves, lime, and flavorings as a mild stimulant. তামোল গছৰ গুটি, যাক পাণৰ পাত, চূণ আৰু অন্য গোন্ধযুক্ত দ্ৰৱ্যৰ সৈতে মৃদু উত্তেজক হিচাপে খোৱা হয়৷

কুৰ (Deori) [ Roman: kur]
Contributed by: Himasri Das on 2022-11-25
3. (Material Noun-Neuter) a big visible opening or materials removed from a solid object এক ডাঙৰ চকুৰে মণিব পৰা ফুটা বা কোনো গোটা বস্তুৰ পৃষ্ঠৰ পৰা এটা অংশ আঁতৰালে সৃষ্টি হোৱা খালি ঠাই
English: bore, crater, hole, pit,
Assamese: কুণ্ড, খাদ, খোপ, গহ্বৰ, গাঁত, গাৰা, গৰ্ত, জ্বালামুখ, বিবৰ,
Bodo: सफ्लं,
Mising: arung,
Bishnupriya Manipuri: গাৎ,
Nagamese: bhitor-khali,
Dimasa: hakor, longkhor,
Tai: খুম্, হিৱ, ৰূ,
Deori: আবকু, কুৰ, বকু

Lower Magnitude:

a. Material Noun-Neuter: aperture, cavity, chink, hole, nick...
b. Material Noun-Neuter: cave, cavern, den, dent, কটীৰ...