কুৰঙ্গনয়নাকুৰঙ্গী

কুৰঙ্গনয়নী (Assamese) [ Roman: ku.rong.go.no.yo.ni]
alt: কুৰংগনয়নী
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-30
1. Historial(Proper Noun-Feminine) Daughter of Manipur king Jay singha and married to Ahom king Rajeswar Singha. কুৰঙ্গনয়নী (১৮ শতিকা) মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী৷ মাতৃৰ নাম আখামহা৷ মানে মণিপুৰ আক্ৰমণ কৰাত জয়সিংহই আশ্ৰয় বিচাৰি গড়গাঁৱলৈ আহে আৰু আহোমৰ লগত মিত্ৰতা স্থাপনৰ অৰ্থে কুৰঙ্গনয়নীক স্বৰ্গদেউ ৰাজেশ্বৰ সিংহলৈ বিয়া দিয়ে৷ পিছলৈ কুৰঙ্গনয়নী ৰজাৰ বৰকুঁৱৰী হয়৷