কুৱেইটকুৱেৰ

কুৱেনী (Assamese) [ Roman: ku.we.ni]
Contributed by: Mousumi Konwar on 2023-01-30
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. Handicraft(Material Noun-Neuter) a basket used to keep/hold fish that have been just caught মাছ ধৰি লগে লগে ভৰাই থবলৈ ব্যৱহাৰ কৰা ,সাধাৰণতে বাঁহেৰে বনোৱা এক যতন/বাকছ৷
English: creel,
Assamese: কুৱেনী, খালৈ, জীয়না,
Bodo: खबाइ,
Mising: tu:li,
Karbi: burub,
Dimasa: khuthim, khutum,
Tai: খঙ্