কেঁচীয়াকৈকেঁচুমটা

কেঁচু (Assamese) [ Roman: ke~.su]
alt: কেচু, dfc: -টো
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-05-15
1. Insect-WormDisease(Common Noun-Common) any of numerous long, slender, soft-bodied, legless, bilaterally symmetrical invertebrates, including the flatworms, roundworms, acanthocephalans, nemerteans, gordiaceans, and annelids. ফিটাপেলু, ঘূৰণীয়া পেলু আদি দীঘল, লাহী, কোমল-দেহী, ঠেংহীন অমেৰুদণ্ডী প্ৰাণী
English: helminth, worm,
Assamese: কৃমি, কেঁচু, পেলু,
Bodo: फेलु,
Meeteilon: teel,
Karbi: ingki, xeelom,
Nagamese: puka,
Ao: mesen,
Hindi: मकोड़ा,
Bangla: কৃমি

Contributed by: Biraj Kumar Kakati on 2006-05-15
2. Insect-Worm(Common Noun-Common) Earthworm is the usual name for the largest members of Oligochaeta in the phylum Annelida. Earthworms (also called nightcrawlers) are very important animals that aerate the soil with their burrowing action and enrich the soil with their waste products (called wormcast). There are over 3,000 species of earthworms around the world. These invertebrates (animals without a backbone) range in color from brown to to red, and most have a soft body. Earthworms range in size from a few inches long to over 22 feet long. The largest earthworms live in South Africa and Australia. Earthworms eat soil and the organic material in it - like insect parts and bacteria. The mouth is covered by a flap (called the prostomium) which helps the earthworm sense light and vibrations. Tiny bristles (called setae) are on most segments of the earthworm's body. Although each earthworm is hermaphroditic (having both male and female reproductive systems), it takes two worms to mate and reproduce. The reproductive organs are in the clitellum (the enlarged segments in the middle of an earthworm). The clitellum later forms a cocoon which protects the developing eggs. কেঁচুবোৰ বলয়ী (এনিলিডা) বৰ্গৰ বৃহৎ প্ৰজাতি অলিগ’কেটাৰ সাধাৰণ নাম । কেঁচুবোৰে মাটিত গাত সান্দি অক্সিজেন জোগান ধৰাৰ উপৰিও ইহঁতৰ মল (কেঁচুমটা) এবিধ উত্তম সাৰ । সমগ্ৰ পৃথিৱীত প্ৰায় ৩,০০০ বিধ কেঁচু আছে । এই মেৰুদণ্ডহীন প্ৰাণীবোৰ মুগা অথবা ৰঙা হয় আৰু শৰীৰটো কোমল । কেঁচুবোৰ কেই ইঞ্চিমানৰ পৰা ২২ ফুটতকৈও অধিক দীঘল হোৱা দেখা যায় । আটাইতকৈ দীঘল কেঁচুবিধ দক্ষিণ আফ্ৰিকা আৰু অস্ট্ৰেলিয়াত পোৱা যায় । মাটি আৰু মাটিত থকা জৈৱ পদাৰ্থ কেঁচুবোৰৰ সাধাৰণ খাদ্য । মুখত ওঠ সদৃশ (প্ৰস্টমিয়ান) মাংসপেশী থাকে আৰু ইয়াৰ সহায়ত পোহৰ আৰু স্পন্দন অনুভৱ কৰে । দেহত থকা প্ৰায়বোৰ বলয়তে সূক্ষ্ম সূক্ষ্ম নোম থাকে । কেঁচুবোৰ উওভয়লিঙ্গী হলেও ইহতৰ প্ৰজননৰবাবে দুদাল কেঁচুৰ প্ৰয়োজন হয় । কেঁচুৰ জননাংগটো দেহটোৰ শকত অংশ খিনিত থাকে । আজিকালি কেঁচুসাৰ এবিধ জনপ্ৰিয় জৈৱিক সাৰ হিচাপে পৰিগনিত হৈছে ।