কেটেপা মাৰ্কেটেৰা
কেটেহা (Assamese) [ Roman: ke.te.ha]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-09
English: bad-smelling,
Assamese: কেটেহা, দুৰ্গন্ধময়, দুৰ্গন্ধযুক্ত, দুৰ্গন্ধী, পূতিগন্ধময়, পূতিগন্ধী
কেটেহা (Assamese) [ Roman: ke.te.ha]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-09-09
1. (Proper Adj.-Neuter) Smell that make someone unpleasant and uncomfortable. বেয়া গন্ধযুক্ত; অশান্তিদায়ক পৰিৱেশে সৃষ্টি কৰা বেয়া গন্ধ ৷
Assamese: কেটেহা, দুৰ্গন্ধময়, দুৰ্গন্ধযুক্ত, দুৰ্গন্ধী, পূতিগন্ধময়, পূতিগন্ধী