কেন্দ্ৰাপসাৰককেন্দ্ৰাভিগ

কেন্দ্ৰাপসাৰণ (Assamese) [ Roman: ken.dra.po.xa.ron]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-10-22
1. Physics(Verbal Noun) the process of separating substances of different densities by the use of a centrifuge যন্ত্ৰৰ সহায়ত চক্ৰাকাৰে ঘূৰাই এক মিশ্ৰণত থকা বেলেগ-বেলেগ ঘনত্ব-বিশিষ্ট পদাৰ্থসমূহক পৃথক পৃথক কৰা প্ৰক্ৰিয়া