কোঁহাকোঁৱৰ

কোঁঢ়া (Assamese) [ Roman: ko`r.ha]
Contributed by: Biraj Kumar Kakati on 2008-01-26
1. Bird(Common Noun) Water rail is a slender marsh bird of the family Rallidae (order Gruiformes), native to most of Europe and Asia. Its length is about 28 cm (11 inches), and it has mainly brown upperparts and blue-grey underparts, with black barring on the flanks with a moderately long beak. The sides of the bird have black and white bands. Water rail can be distinguished by its long legs and feet, short upright tail and pot-bellied appearance.
It nests in a dry location in marsh vegetation, laying up to a dozen eggs. Juveniles are similar to the adults but the blue-gray is replaced by buff.

কোঁঢ়া এবিধ দলনি-পিটনিত থকা ডাউক প্ৰজাতিৰ চৰাই| ইউৰোপ আৰু এচিয়া মহাদেশৰ প্রায়বোৰ অঞ্চলতে পোৱা যায়| ই প্রায় ২৮ ছে.মি. দীঘল (১১ ইঞ্চি) হয়| ইয়াৰ ওপৰ অংশ মুগা আৰু পেটতো ধূসৰ নীলা বৰণৰ হয় যদিও ডেউকাত ক`লা-বগা পাখি থকা দেখা যায়| ঠোঁটতো আনুপাতিকভাৱে দীঘল|
কোঁঢ়াই দলনি-পিটনিৰ মাজৰ শুকান ঠাইত বাঁহ সাজি এবাৰত প্রায় ১২ টালৈকে কণী পাৰে| পোৱালীবোৰ দেখিবলৈ প্রায় পূৰ্ণাংগ চৰাইবোৰৰ দৰেই|
কোঁঢ়া চৰাইৰ মাত শুনিবলৈ ইয়াতে ক্লিক কৰক