কোকোহাকোকৰাঝাৰৰ

কোকৰাঝাৰ (Assamese) [ Roman: ko`k.ra.jhar]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-08-21
1. Place(Proper Noun-Neuter) An administrative district in the state of Assam in north-eastern India. The district headquarters are located at Kokrajhar town কোকৰাঝাৰ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এখন জিলা৷ কোকৰাঝাৰ জিলাৰ উত্তৰে ভূটান, পূবে বঙাইগাঁও জিলা, পশ্চিমে পশ্চিম বংগ ৰাজ্য, দক্ষিণে ধুবুৰী জিলা অৱস্থিত৷