কোষতত্ত্বকোষপ্ৰৰস

কোষপিণ্ড (Assamese) [ Roman: ko`.xo.pin.do]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
1. Zoology(Material Noun-Neuter) an area of skin that is hard or thick, esp on the palm of the hand or sole of the foot, as from continual friction or pressure অবিৰত ঘৰ্ষণ বা চাপৰ ফলত বিশেষকৈ হাত অথবা ভৰিৰ তলুৱাত সৃষ্টি হোৱা এচোৱা টান, ডাঠ ছাল

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
2. Botany(Material Noun-Neuter) a mass of hard protective tissue produced in woody plants at the site of an injury কাঠ-গছৰ আঘাত-প্ৰাপ্ত অংশত সৃষ্টি হোৱা কঠিন কলাৰ এক থূপ, যি কাষৰ কলাসমূহক ৰক্ষা কৰে

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
3. Biology(Material Noun-Neuter) a mass of undifferentiated cells produced as the first stage in tissue culture কলা কৰ্ষণৰ প্ৰথম অৱস্থাত উৎপাদিত বিভেদন নোহোৱা কোষৰ থূপ
English: callus,
Assamese: কোষপিণ্ড