কৌটিলিককৌটুম্বিক

কৌটিল্য (Assamese) [ Roman: kou.ti.lyo]
Contributed by: Partha P Sarmah on 2011-08-30
1. Personalities(Proper Noun-Masculine) an outstanding philosopher and statesman and one of the most able politicians and ministers in Indian history. His 'Arthasashtra' is a classic text on economics and polity. Kautilya had a great influence behind the rise of Chandra Gupta Maurya. প্ৰাচীন ভাৰতৰ এজন শ্ৰেষ্ঠ দাৰ্শনিক, ৰাষ্ট্ৰনেতা, ৰাজনীতিবিদ আৰু মন্ত্ৰী৷ তেখেতৰ অৰ্থশাস্ত্ৰ পৃথিৱী বিখ্যাত পুথি৷বিখ্যাত সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ উথ্থানত কৌটিল্যৰ বিশেষ বৰঙণি আছিল৷