ক্ৰম-বিৱৰণক্ৰমনিৰ্দেশণ

ক্ৰমণ (Assamese) [ Roman: kro.mon]
Contributed by: Mousumi Konwar on 2023-01-31
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. Animal(Common Noun-Common) A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads. চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷

Contributed by: Mousumi Konwar on 2023-01-31
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. (Abstract Noun) a movement made by lifting the foot and setting it down again in a new position, advancing the body forwards. মাটিৰ পৰা ভৰি উঠাই পুণৰ আন এক নতুন স্থানত থৈ, গাটো সেই দিশত আগুৱাই দি কৰা লৰচৰ৷
English: step,
Assamese: ক্ৰমণ, খোজ, গিৰিপনি,
Bodo: आगान,
Mising: lekor,
Karbi: kengkam,
Nagamese: khuj,
Dimasa: yaphri,
Tai: হই টিন্,
Hindi: कदम

Different POS:

a. Verb-Intran.: walk, খোজ কাঢ়, খোজ পেলা, বুল্, थाबाइ...