ক্ৰান্তদৰ্শীক্ৰান্তিকাল

ক্ৰান্তি (Assamese) [ Roman: kran.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-22
1. (Abstract Noun) the apparent annual path of the sun in the heavens. ৰাশি-চক্ৰৰ মাজত সূৰ্য্যৰ বাৰ্ষিক গতিপথ।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-10
2. Astronomy(Verbal Noun) motion of the sun (জ্যোতিষ শাস্ত্ৰ মতে) সূৰ্য্যৰ গতি, যেনেঃ উত্তৰায়ণ, দক্ষিণায়ন
Assamese: অয়ন, ক্ৰান্তি

Related Idea:

a. Abstract Noun: solstice, অয়নান্ত, সংক্ৰান্তি...

Sub Idea:

b. Abstract Noun: দক্ষিণায়ন...