কয়ৰাকৰ লগা

কৰ (Assamese) [ Roman: kor]
1. Business-Commerce-Economics(Abstract Noun) A contribution for the support of a government required of persons, groups, or businesses within the domain of that government. Sometimes it was imposed on dependent country. এখন চৰকাৰৰ অধীনত থকা অঞ্চলত বাস কৰা ব্যক্তি, দল বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চৰকাৰী কাম-কাজ চলোৱাৰ বাবে সংগ্ৰহ কৰা বৰঙণি অথবা তলতীয়া ৰাজ্যৰ ওপৰত লগোৱা বাধ্যতামূলক বৰঙণি৷

Contributed by: Mousumi Hazarika on 2006-06-22
2. Anatomy(Material Noun-Neuter) the terminal, prehensile part of the upper limb in humans and other primates, consisting of the wrist, metacarpal area, fingers, and thumb. মানুহ আৰু বানৰ প্ৰজাতিৰ দেহৰ আগফালে বাহুৰ আগলৈ থকা, খাদ্য আহৰণৰ বাবে ব্যৱহাৰ কৰা অঙ্গ
English: hand,
Assamese: কৰ, পাণি, হস্ত, হস্তক, হাত,
Bodo: आखाय,
Mising: alag, alak,
Khasi: ka jingkdew, ka kti,
Garo: jak,
Meeteilon: khut,
Mizo (Lushai): kut,
Karbi: aree,
Kok-Borok: yak,
Hmar: kut,
Nagamese: hat,
Dimasa: yao,
Chakma: aath,
Bangla: কর, হস্ত, হাত,
Nepali: हात,
Rabha: তাছি,
Tiwa: yang,
Deori: অতুন, উতুন,
Sadri (Nagpuri): হাথ

কৰ (Deori) [ Roman: kor]
Contributed by: Himasri Das on 2022-11-21
3. Business-Commerce-Economics(Abstract Noun) A contribution for the support of a government required of persons, groups, or businesses within the domain of that government. Sometimes it was imposed on dependent country. এখন চৰকাৰৰ অধীনত থকা অঞ্চলত বাস কৰা ব্যক্তি, দল বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চৰকাৰী কাম-কাজ চলোৱাৰ বাবে সংগ্ৰহ কৰা বৰঙণি অথবা তলতীয়া ৰাজ্যৰ ওপৰত লগোৱা বাধ্যতামূলক বৰঙণি৷

Contributed by: Himasri Das on 2022-11-22
4. (Abstract Noun-Neuter) A long period of abnormally low rainfall, especially one that adversely affects growing or living conditions. বহুদিন ধৰি বৰষুণ নোহোৱা অৱস্থা ৷