কৰুণাভিৰামকৰুণাময়ী

কৰুণাময় (Assamese) [ Roman: ko.ru.na.moy]
fm: কৰুণাময়ী
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-19
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. Religious-Mythological(Abstract Noun) A being conceived as the perfect, omnipotent, omniscient originator and ruler of the universe বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু পালন কৰ্ত্তা, যাক সৰ্বোত্তম, সৰ্বব্যাপ্ত আৰু সৰ্বজ্ঞানী ৰূপে ধৰা হয় ৷
English: almighty, God, Jagannath,
Assamese: অক্ষয় পুৰুষ, অখিলাত্মা, অচ্যুত, অজৰ, অদিতিজ, অদিতিনন্দন, অদিভিত্, অদ্বৈত, অধিযজ্ঞ, অধীশ্বৰ, অনন্ত, অনাদি, অমৰ, আদি-কৰ্তা, আদি-কৰ্ত্তা, আদিনিৰঞ্জন, আল্লাmc , আল্লাহmc , ইচ্ছাময়, ঈশ, ঈশ্বৰ, ঋতম্ভৰ, ওপৰৱালা, কল্যাণগিৰি, কল্যাণবৃত্ত, কল্যাণসাগৰ, কৰিমmc , কৰুণাময়, খোদাmc , খোদাতাল্লাmc , গহয়la , গোঁসাই, চিদানন্দ, জগতকৰ্তা, জগতকৰ্ত্তা, জগতপতি, জগতপিতা, জগদাধাৰ, জগদীশ, জগদীশ্বৰ, জগধাতা, জগনিবাস, জগন্নাথ, জগন্নিৱাস, জগবন্ধু, জগৎপতি, জগৎপ্ৰাণ, জগৎস্ৰষ্টা, জীৱেশ্বৰ, ত্ৰিদিৱেশ, দীনেশ, দয়, ধাতা, নিৰঞ্জন, নিৰাকাৰ, নিৰাময়, নেদেখাজন, নেদেখাজনা, পতিত-পাবন, পূৰ্ণানন্দ, প্ৰভু, প্ৰাণনাথ, পৰমপিতা, পৰমপুৰুষ, পৰমব্ৰহ্ম, পৰমাত্মা, পৰমানন্দ, পৰমেশ্বৰ, পৰাৎপৰ, পৰেশ, বিধাতা, বিভু, বিশ্ব খনিকৰ, বিশ্বস্ৰষ্টা, বিশ্বাত্মা, বিৰাট পুৰুষ, ব্ৰহ্ম, ভগৱন্ত, ভগৱান, ভাগ্যদেৱতা, ভাগ্যনিয়ন্তা, ভাগ্যবিধাতা, ভুৱনেশ্বৰ, মহাপ্ৰভু, মহিমাময়, সচ্চিদানন্দ, সত্যেন্দ্ৰনাথ, সদানন্দ, সনাতন, সুৰী, সৃষ্টিকৰ্ত্তা, স্বয়ম্ভু, সৰ্বেশ্বৰ, হৰি,
Bodo: अबंलावरि, ईसोर, गसाई, गोद, मोदाइ,
Mising: ru:ne,
Khasi: U Blei,
Garo: Mite,
Meeteilon: lai,
Karbi: arnam, Ranam,
Hmar: Pathien,
Nagamese: deo, ishor, isor, oporwala,
Dimasa: madai, mulok-shangshaiyah, mulokbubra, oishor, phirthi-shangshaiyah, phirthibubra, phlang-shangshaiyah, phlangbubra,
Tai: fra, চাৱ ফ্ৰা, দেও,
Hindi: अन्नदाता, भगवान,
Bangla: ঈশ্বর, জগন্নাথ, ঠাকুর, ভগবান,
Deori: পিচ্চয়, পৰমচা, মিদি

Related Idea:

a. Common Noun-Common: deity, God, অগ্নিজিহ্বা, অগ্নিমুখ, অদিতিজ...
b. Abstract Noun: omnipresent, ubiquitous, সৰ্ববিদ্যমান, সৰ্বব্যাপক, সৰ্বব্যাপী...

Contributed by: Prasenjit Khanikar on 2008-03-21
2. (Proper Adj.-Common &/or Masculine) of a friendly, generous, or warm-hearted nature; the quality of helping and giving away freely to the needy. বন্ধুসুলভ, পৰোপকাৰী বা মৰমিয়াল প্ৰকৃতিৰ; আৰ্ত্তজনক মুকলিভাৱে সহায় আৰু দান আগবঢ়োৱা গুণ-সম্পন্ন।
English: affectionate, benevolent, benign, benignant, compassionate, freehanded, generous, gentle, good-hearted, gracious, humane, kind, kind hearted, kind-hearted, merciful, tender,
Assamese: অক্ৰূৰ, উচ্চমনা, উচ্চহৃদয়, উচ্চাশয়, উদাৰ, উদাৰচিতীয়া, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, উদাৰহৃদয়, ওখ মনৰ, কাৰুণিক, কৃপানিধি, কৃপাময়, কৃপাল, কৃপালু, কৃপাশীল, কৃপাসিন্ধু, কৃপাৰ সাগৰ, কৃপাৱন্ত, কৃপাৱান, কৰুণানিধান, কৰুণানিধি, কৰুণাভিৰাম, কৰুণাময়, কৰুণাসাগৰ, চেনেহুৱা, ত্যাগবীৰ, ত্যাগশীল, ত্যাগী, দানবীৰ, দানশীল, দানী, দয়নুold , দয়ানিধি, দয়ান্বিত, দয়াপৰৱশ, দয়াময়, দয়াল, দয়ালু, দয়াশীল, দয়াৱন্ত, দয়াৱান, প্ৰশস্তচিত্ত, প্ৰশস্তহৃদয়, প্ৰেমৱন্ত, বদান্য, বহল মনৰ, বৎসল, ভব্য, মনস্বী, মনুষ্যোচিত, মহদাশয়, মহানুভৱ, মহাপ্ৰাণ, মহামতি, মহাশয়, মহোদয়, মহৎ, মানবীয়, মানুষিক, মানৱসুলভ, মানৱিক, মানৱীয়, মানৱোচিত, মুক্তহস্ত, মৰমিয়াল, সদয়, সহৃদয়, স্নেহান্বিত, হুনতি, ৰহমান, ৰহিম,
Bodo: अनसुला, सोद्रोम,
Khasi: ba jemnud,
Garo: alnamgipa, bewal namgipa,
Meeteilon: Nungshiheiba,
Karbi: ningme,
Hmar: lainatna,
Tai: ইন্ দূ,
Bangla: দয়ালু, মমতা, মায়া,
Nepali: उदार, कृपालु, दयामया, दयालु,
Deori: দয়ামই

Antonyms:

a. Proper Adj.: abusive, atrocious, barbaric, barbarous, bestial...
b. Proper Adj.-Common: inhuman, অমানবীয়, অমানুষিক, অমানুষী, মনুষ্যত্বহীন...

Different POS:

c. Adverb: kindly, কৃপা কৰি, দয়া কৰি, अननाय गोनां, म`द`द...
d. Abstract Noun: benevolence, clemency, favor, favour, generosity...
e. Abstract Noun: affection, intimacy, love, romance, অনুৰতি...