কৰ্ককৰ্কট ৰাশি

কৰ্কট (Assamese) [ Roman: kor.kot]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-17
1. (Material Noun-Neuter) heavy metallic tool to keep a boat stationary এখন নাও স্থিতিশীল অৱস্থাত ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা গধূৰ ধাতৱ সঁজুলি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
2. Animal(Common Noun-Common) a ten-footed crustacean, with the first pair of legs as pincers. পানীৰ দাঁতিৰ গাঁতত বাস কৰা এবিধ দহ ঠেঙীয়া জন্তু৷