কৰ্কৰীয়াকৰ্চন

কৰ্কৰীয়া-জল (Assamese) [ Roman: kor.ko.ri.ya-jol]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-04-06
1. Customs(Material Noun-Neuter) milk and water offered to the dead for ten days following death মৃত্যুৰ পাছত দহ দিনলৈকে মৃতকলৈ আগবঢ়োৱা গাখীৰ আৰু পানী