খগেন্দ্ৰধ্বজখগোল

খগেশ্বৰ (Assamese) [ Roman: kho.ges.sor]
Contributed by: Mousumi Konwar on 2023-02-01
Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
1. Hinduism(Proper Noun-Masculine) A supernatural eagle-like being that serves as Vishnu's mount. It has body like human being with beak and wing similar to the Eagle. It is known to be the king of birds and eats snakes. মানুহৰ দৰে হাত-ভৰি আৰু ঈগলৰ দৰে ঠোঁট আৰু ডেউকা থকা এজন দেৱতা ৷ ইয়াক চৰাইৰ ৰজা বুলি কোৱা হয় আৰু সাপ খায় ৷ বিষ্ণুৰ বাহন ৷