খগোল বিদ্যাখগৰাজ

খগোলক (Assamese) [ Roman: kho.go`.lok]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-12-20
1. Astronomy(Abstract Noun) The imaginary sphere with the center coinciding with the center of the Earth, where all the celestial bodies appear to contain. পৃথিৱীৰ কেন্দ্ৰকে কেন্দ্ৰ বুলি ধৰি যি কাল্পনিক গোলক অঁকা হয় আৰু য’ত সকলো নক্ষত্ৰ স্থিৰ হৈ থকা যেন লাগে৷