খণ্ড-পুষ্পখণ্ড-বিখণ্ড

খণ্ড-বাক্য (Assamese) [ Roman: khon.do-bai.kyo]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-06-07
1. Language-Linguistics(Abstract Noun) a group pf words without a finite verb which form part of a sentence e.g. 'an online dictionay' in 'This is an online dictionary. বাক্যৰ অংশ ৰূপে থকা কিন্তু সমাপিকা ক্ৰিয়া নথকা শব্দৰ এক গোট৷ গাইগুটীয়া শব্দতকৈ ডাঙৰ কিন্তু বাক্যতকৈ সৰু৷ এটা বাক্যত দুই বা তাতোধিক বাক্যাংশ থাকিব পাৰে৷