খতাখতি হ

খতি (Assamese) [ Roman: kho.ti]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-25
1. (Proper Adj.-Common) Not in operation or operational. কাৰ্য্যক্ষম হৈ নথকা বা চলন্ত অৱস্থাত নথকা ৷
English: off,
Assamese: খতি, বন্ধ,
Bodo: बनद,
Nagamese: bandh,
Hindi: बंद

Contributed by: Buljit Buragohain বুলজিৎ বুঢ়াগোহাঁই on 2007-02-25
2. (Abstract Noun) the state of being in negative balance. ঋণাত্মক অৱশেষ হাতত থকা অৱস্থা।

Contributed by: Biraj Kumar Kakati on 2011-02-22
Ref: চন্দ্ৰকান্ত অভিধান
3. (Abstract Noun) break after doing something for a long time বহু সময় ধৰি কিবা কৰাৰ পিছত লোৱা / হোৱা জিৰণি

Contributed by: Biraj Kumar Kakati on 2011-02-22
Ref: চন্দ্ৰকান্ত অভিধান
4. (Abstract Noun) the quality or state of being deformed, disfigured, or misshapen শৰীৰৰ কোনো অঙ্গত খুঁত বা ঘূণ থকা অৱস্থা
English: deformity,
Assamese: খতি, খতিখুণ