খমাৰীখম্ খম্

খম্ (Assamese)

খম্ (Tai) [ Roman: khom]
Contributed by: Anjali Sonowal on 2008-10-20
1. Language-Linguistics(Abstract Noun) A system of objects or symbols, such as sounds or character sequences, that can be combined in various ways following a set of rules, especially to communicate thoughts, feelings, or instructions. কোনো দেশৰ মানুহ বা জাতিয়ে মনৰ ভাৱ প্ৰকাশ কৰা কথা; মনৰ ভাৱ প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা কিছুমান প্ৰতীকচিহ্নৰ সমষ্টি, যিবোৰ ল’গ লগাই অৰ্থবহুলকৈ ভাৱাবেগ প্ৰকাশ কৰিব পাৰি অথবা নিৰ্দেশ, ধাৰণা আদি দিব পাৰি ৷

Contributed by: Anjali Sonowal on 2009-03-25
2. (Abstract Noun) Concern for your own interests and welfare. নিজৰ প্ৰয়োজন বা লাভ; আপোনাৰ হিত ৷

Contributed by: Anjali Sonowal on 2008-10-20
3. (Abstract Noun) series of sound generated by human from the mouth to communicate with each other. আনৰ সৈতে মত বিনিময় কৰিবলৈ মানুহে মুখেৰে সৃষ্টি কৰা শব্দৰ লানি।