খলিহৈখল্তি-ধোৱা
খলুৱা (Assamese) [ Roman: kho.luwa]
Contributed by: Biraj Kumar Kakati on 2008-04-26
English: cunning, deceitful, vulpine,
Assamese: কুটবুদ্ধি, খলুৱা, ঘঁটীয়া, টাংটিঙালী, টাটকীয়া, দুৰ্বুদ্ধি, ধূৰ্ত্ত, নোমটেঙৰ, ফন্দিয়ক, ফন্দিয়াৰ, ফুট-মণিয়াৰ, বিটলীয়া, মহাফন্দ, শলাল, শিয়াল-টেঙৰ, সলি-সিয়ান, সিয়ান,
Bodo: सालाखि, सैथानि,
Mising: arne,
Garo: denggu,
Deori: চালাক, তেঙৰ, পাকি-লাদুবা
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
English: accuser, complainant, litigant, plaintiff,
Assamese: অভিযোক্তা, অভিযোগকাৰী, খলুৱা, গুচৰীয়া, ফৰিয়াদী, বদিয়াৰ, বাদী, মোকৰ্দমাকাৰী,
Garo: matnanggipa mande
খলুৱা (Assamese) [ Roman: kho.luwa]
Contributed by: Biraj Kumar Kakati on 2008-04-26
1. (Proper Adj.-Common) one who befools others by using dishonest trick. আনক অসৎ বুদ্ধিৰে বুৰ্ব্বক সজোৱা লোক।
Assamese: কুটবুদ্ধি, খলুৱা, ঘঁটীয়া, টাংটিঙালী, টাটকীয়া, দুৰ্বুদ্ধি, ধূৰ্ত্ত, নোমটেঙৰ, ফন্দিয়ক, ফন্দিয়াৰ, ফুট-মণিয়াৰ, বিটলীয়া, মহাফন্দ, শলাল, শিয়াল-টেঙৰ, সলি-সিয়ান, সিয়ান,
Bodo: सालाखि, सैथानि,
Mising: arne,
Garo: denggu,
Deori: চালাক, তেঙৰ, পাকি-লাদুবা
Related Idea:
a. Abstract Noun: deceit, deception, fraud, hypocricy, trickery...Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-18
2. (Common Noun-Common) a person who makes a formal complaint against somebody in a court of law আদালতত কাৰোবাৰ বিৰুদ্ধে গোচৰ তৰা লোক ৷
Assamese: অভিযোক্তা, অভিযোগকাৰী, খলুৱা, গুচৰীয়া, ফৰিয়াদী, বদিয়াৰ, বাদী, মোকৰ্দমাকাৰী,
Garo: matnanggipa mande