খাঁজ-কটাখাঁৰী

খাঁটি (Assamese) [ Roman: kha~.ti]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-05
1. (Proper Adj.) free from anything of a different, inferior, or contaminating kind; free from extraneous matter. কোনো বেলেগ, নিম্ন মানৰ বস্তু মিহলি নথকা; কোনো অশুদ্ধতা বা বাহিৰা বস্তুযু্ক্ত নোহোৱা।

Contributed by: Biraj Kumar Kakati on 2010-11-19
2. (Proper Adj.-Neuter) not false or copied; of/made from the original materials. মিছা বা নকল নোহোৱা; মূল বস্তুৰ পৰা বা বস্তুৰে তৈয়াৰী।