খেচেং-মেচেংখেচ্-খেচা

খেচেৰা (Assamese) [ Roman: khe.se.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-17
1. (Proper Adj.) having very crude, rude behavior unsuitable for/in a civilized society (but not harmful and may not have sexual reference). ভদ্ৰ সমাজৰ অযোগ্য অতি কঠোৰ, অশোভনীয় ব্যৱহাৰ (কিন্তু অনপকাৰী আৰু যৌন সম্পৰ্কীয় নোহোৱা)।