খেৰাখেৰাজ

খেৰাই (Assamese) [ Roman: khe.rai]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-03-22
1. Festival(Proper Noun-Neuter) A festival of Bodo Tribes of Assam. খেৰাই অসমৰ বড়ো জনগোষ্ঠীৰ লোকসকলে প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকৰূপত পালন কৰা এক কৃষিভিত্তিক উৎসৱ৷ এই উৎসৱ সাধাৰনতে কাতি মাহত (অক্টোবৰ -ডিচেম্বৰ) খেতি চপোৱাৰ ঠিক আগে আগে উদ্‌যাপন কৰা হয়৷ এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য৷ সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে৷
English: Chomangkan,
Assamese: খেৰাই