গতায়ুসগতি কৰ্

গতি (Assamese) [ Roman: go.ti]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-09-05
1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷

Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
2. (Abstract Noun) swiftness of motion গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-31
3. (Abstract Noun) the condition of matter with respect to its structure, like solid, liquid, gaseous etc. বস্তুৰ আকৃতি বা গঠন সম্পৰ্কীয় স্থিতি, যেনেঃ গোটা, জলীয়, বাষ্পীয় আদি

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-22
4. (Verbal Noun) a manner of walking, stepping, or running. খোজ কঢ়া বা চলন-ফুৰণৰ ধৰণ।

গতি (Deori) [ Roman: go.ti]
Contributed by: Himasri Das on 2022-11-28
5. (Abstract Noun) a mode of being or form of existence of a person or thing মানুহ বা বস্তুৰ বৰ্ত্তি থকা ধৰণ বা ৰূপ