গতিকেগতিজ

গতিগোত্ৰ (Assamese) [ Roman: go.ti.go`.tro]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-10-19
1. (Abstract Noun) the manner one treats another person. এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-03
2. (Abstract Noun) A feature that helps to identify, tell apart, or describe recognizably; a distinguishing mark or trait. কোনো আকৃতি বা গঢ় যি সঠিকভাৱে চিনাক্তকৰণত সহায় কৰিব পাৰে৷ এটা সুনিৰ্দিষ্ট চিহ্ন৷