গতিবিধিৰগতিভ্ৰষ্ট

গতিবেগ (Assamese) [ Roman: go.ti.beg]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. (Abstract Noun) swiftness of motion গতিৰ ক্ষিপ্ৰতা বা খৰ অৱস্থা

Contributed by: Bikram M Baruah on 2006-07-08
2. Physics(Abstract Noun) A vector quantity whose magnitude is a body's speed and whose direction is the body's direction of motion. যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে