গমগমীয়াগমন কৰ্
গমন (Assamese) [ Roman: go.mon]
Contributed by: Swapnita Kakati on 2006-08-22
English: motion, movement, relocation,
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Bikram M Baruah on 2011-04-24
English: departure,
Assamese: গমন, প্ৰস্থান,
Bodo: थांनाय
Contributed by: Bikram M Baruah on 2011-04-24
English: gait,
Assamese: খোজ-কাটল, গতি, গমন, বুলন, বুলনি,
Bodo: थाबायनायनि आदब, थाबायनायनि फेसन, थाबायनायनि रोखोम,
Khasi: ka rukom laid
গমন (Assamese) [ Roman: go.mon]
Contributed by: Swapnita Kakati on 2006-08-22
1. (Verbal Noun) the act of changing location or position লৰচৰ বা গতি কৰা কাৰ্য ৷
Assamese: ইফাল-সিফাল, ইভিতি-সিভিতি, কাতি-কুতা কৰ্, কুৰুং-কাৰাং, কেৰ-মেৰ, কেৰেপ, খৰমৰোৱা, গতি, গমন, চতৰ্বতৰsfx , চলন, জংগম, জঙ্গম, তুৰিমুৰি, প্ৰচৰণ, প্ৰসৰ্পণ, বিচৰণ, লৰচৰ, সঞ্চালন, সঞ্চাৰ, সঞ্চাৰণ, স্থান-পৰিৱৰ্তন, স্থানান্তৰ, সৰ্পণ, হল-ফল, হেঁকেৰ পেঁকেৰ,
Garo: il.engani, mojimani,
Nagamese: lor-sor,
Deori: কেৰবা
Different POS:
a. Proper Adj.-Neuter: movable, অস্থাৱৰ...b. Verb-Intran.: go, move, shift, transfer, travel...
Contributed by: Bikram M Baruah on 2011-04-24
2. (Abstract Noun-Neuter) Leaving a place to board a train, bus, aircraft, etc. ৰেল, বাছ, উৰাজাহাজ আদিত উঠিবলৈ বুলি কোনো ঠাই এৰা কাৰ্য্য
Assamese: গমন, প্ৰস্থান,
Bodo: थांनाय
Example Sentences:
1. তেওঁ আজি বিদেশলৈ গমন কৰিব।Contributed by: Bikram M Baruah on 2011-04-24
3. (Verbal Noun) a manner of walking, stepping, or running. খোজ কঢ়া বা চলন-ফুৰণৰ ধৰণ।
Assamese: খোজ-কাটল, গতি, গমন, বুলন, বুলনি,
Bodo: थाबायनायनि आदब, थाबायनायनि फेसन, थाबायनायनि रोखोम,
Khasi: ka rukom laid