গান্ধবিৰিণাগান্ধাৰী

গান্ধাৰ (Assamese) [ Roman: gan.dhar]
Contributed by: Partha P Sarmah on 2011-10-04
1. Music(Abstract Noun) the third sound of the seven primary sounds of Indian (classical)music. sa, re, ga, ma, pa, dha, ni ভাৰতীয় (শাস্ত্ৰীয়)সংগীতৰ সুৰ-সপ্তকৰ (মূল সাতটা স্বৰ)তৃতীয়টো৷
English: gaa,
Assamese: গা, গান্ধাৰ

Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-15
2. Historial(Proper Noun-Neuter) In ancient India, one of the sixteen Mahajanapada(releam). ষোড়শ মহাজনপদৰ এখন৷ খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷ ইতিহাসত, বিশেষকৈ বুদ্ধ সাহিত্যত এইবোৰ উল্লেখ আছে৷
English: Gandhara,
Assamese: গান্ধাৰ