গিলেগিল্

গিলৈ (Assamese) [ Roman: gi.loi]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2016-03-10
1. Plants(Common Noun) A climbing creeper used in medicine. The climber is found throughout the tropical regions of India. In Himachal Pradesh, it is frequented as a robust climber in Una, Paonta, Hamirpur, Kangra, Mandi and Chamba regions, upto 1200 m elevation above mean sea level. By seeing it's popularity in different kinds of aurvedic medicine, now a days Guduchi is cultivated commercially also. এইবিধ লতাজাতীয় গছৰ প্ৰায় সকলোবোৰ অংশই ভেষজ ঔষধ হিচাবে ব্যৱহাৰ কৰা হয় | ভাৰতবৰ্ষৰ গ্ৰীষ্মপ্ৰধান সকলো অঞ্চলতে বিস্তৃত হৈ আছে | হিমাচল প্ৰদেশত বহলভিত্তিত গুলঞ্চৰ খেতিও কৰা হয়| গুলঞ্চ সাগৰৰ পৰা প্ৰায় ১২০০ মি. উচ্চতালৈকে পোৱা যায় | বৰ্তমানে ইয়াৰ ঔষধি গুণৰ প্ৰতি লক্ষ্য ৰাখি বানিজ্যিক ভিত্তিত খেতিও কৰা দেখা যায় |