গেটখনগেতেং-মেতেং

গেণ্ডেৰা (Assamese) [ Roman: gen.de.ra]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-12-24
Ref: অসমীয়া সমাৰ্থক শব্দকোষ - সুমন্ত চলিহা
1. Animal(Common Noun-Common) any of several large, thick-skinned, perissodactyl mammals of the family Rhinocerotidae, of Africa and India, having one or two upright horns on the snout: all rhinoceroses are endangered. One horned Rhino is endemic to Assam. আফ্ৰিকা আৰু এছিয়াত বাস কৰা ৰাইন’চেৰ’টিডি পৰিয়ালৰ অন্তৰ্গত এটা বা দুটা খড়্গ থকা স্তন্যপায়ী জন্তু; সকলো গঁড়েই লুপ্তপ্ৰায় প্ৰাণী৷ এখৰ্গীয়া গঁড় কেৱল অসমতহে পোৱা যায়।